? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

0

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই আজি ২০খন যন্ত্ৰচালিত উদ্ধাৰকাৰী ৰাবাৰ নৌকা (ইনফ্লেটেবল ৰাবাৰ বোট) আনুষ্ঠানিকভাৱে উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰে…

এই যন্ত্ৰচালিত উদ্ধাৰকাৰী ৰাবাৰ নৌকাসমূহে ১ ঘন্টাৰ ভিতৰতে বিশ্বনাথ ঘাট পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰিব পাৰিব…

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ্থে মুখ্যমন্ত্ৰী এ দূৰদৰ্শী চিন্তাৰে অসম চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে । কাজিৰঙাত খহনীয়া প্ৰতিৰোধৰ বাবেও জলসম্পদ বিভাগে বাৰিষাৰ পাছতে প্ৰকল্প আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী এ প্ৰকাশ কৰে…

Leave A Reply

Your email address will not be published.