?মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩কোটি টকাৰ অনুদান…

0

অসমৰ মহাপ্ৰলয়ংকাৰী বানপানীক ফলপ্ৰসূভাৱে প্ৰতিহত কৰিবলৈ অসম গেছ কোম্পানী লিমিটেড (AGCL)ৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩কোটি টকাৰ অনুদান আগবঢ়ায়…

এই আপাহতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মা ই এই দানব্যতাৰ হেতু ধন্যবাদ জ্ঞাপন কৰে, যিয়ে চৰকাৰৰ সাহায্যত সহায়ক হ’ব…

Leave A Reply

Your email address will not be published.