মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই আজি গোলাঘাট জিলাৰ সৰুপথাৰ মণ্ডলৰ নৱনিৰ্মিত আটকধুনীয়া কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰে…

উক্ত উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰী ৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা সভাপতি দেৱপ্ৰতিম বৰা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন প্ৰমুখ্যে দলীয় কাৰ্যকৰ্তাসকল…