কামৰূপ জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন চুকাফাৰ যোৱা ২ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ভূতনাথত থকা কাৰ্যালয়ত ১৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়…
সেই উপলক্ষে আয়োজিত অনুষ্ঠানত কেক কাতে ডাক্তৰ নিৰ্মল কুমাৰ নাথ আৰু প্ৰতিষ্ঠানৰ সম্পাদক অনিল কুমাৰ দাসে…

অনুষ্ঠানত সংস্থাৰ বিষয়ববীয়া, কৰ্মচাৰী, শুভাকাংসী উপস্থিত থাকে। এই উপলক্ষে চুকাফাৰ বন্ধু সংগঠন ” এখোজ”ৰ জৰিয়তে পদপথত থকা জীৱ জন্তুক আহাৰ বিতৰণ কৰা হয়…