? সংবাদমেল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই…

0

আজি এক সংবাদমেল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই…

উক্ত সংৱাদমেল ত মুখ্যমন্ত্ৰী এ বহুখিনি বিষয় অসমবাসীক অৱগত কৰে…

?অহা ২৪, ২৫ ফেব্ৰুৱাৰীত অসমত হ’ব এডভাণ্টেজ অসম 2.O। আছাম INVESTORS AND INFRASTRUCTURE SUMMIT শীৰ্ষক এই ছামিট মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিভিন্ন দেশৰ বিনিয়োগকাৰীৰ সমাৱেশ ঘটিব এই ছামিটত। ছামিটৰ বাবে অসম চৰকাৰৰ তিনিটা দল ছিংগাপুৰ, জাপান, আমেৰিকা আৰু লণ্ডনলৈ যাব। এই ছামিটতে ২৫ ফেব্ৰুৱাৰীত ৭,৫০০ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ…

?পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো মুখ্যমন্ত্ৰী ৰ ঘোষণা। অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন কৰা হ’ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে যাৱতীয় ব্যৱস্থাসমূহ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে…

?শেহতীয়া উপনিৰ্বাচনৰ ফলাফলে সংখ্যালঘুৰ ভোট বিজেপিৰ সপক্ষে যোৱাৰ এক ইংগিত বহন কৰিছে৷লোকসভাত সংখ্যালঘু প্ৰধান কৰিমগঞ্জ সমষ্টি আৰু উপ নিৰ্বাচনত চামগুৰি সমষ্টিত বিজয় বিজেপিৰ বাবে বৃহৎ সাফল্য’৷তুষ্টিকৰণ নকৰাকৈ সৰ্বস্তৰৰ প্ৰতি ন্যায় প্ৰদান কৰাৰ বাবেই বিজেপিমুখী হৈছে সংখ্যালঘু’৷৷পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটত এয়া বিজেপিৰ বাবে শুভ ফলদায়ক হ’ব…

Leave A Reply

Your email address will not be published.