? ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

0

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠ চাৰিআলিস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী জি আৰ ৰবীন্দ্ৰ ৰাজু, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ উপস্থিতিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়…

উক্ত অনুষ্ঠানত বিজেপি দলৰ বিজয়ী প্রার্থী শ্ৰী দিপ্লু ৰঞ্জন শৰ্মা, শ্ৰী দিগন্ত ঘাটোৱাল আৰু শ্ৰী নিহাৰ ৰঞ্জন দাসক ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে…

Leave A Reply

Your email address will not be published.