শৌৰ্য-বীৰ্যৰ অম্লান প্ৰতীক মহান অসমীয়া লাচিত বৰফুকনৰ জাতিৰ বাবে অৱদান অসম তথা ভাৰত বুৰঞ্জীত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ থাকিব…

আজি ৪০২সংখ্যক লাচিত দিৱসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আহোম বুৰঞ্জীৰ অমৰ সত্তা, বৰেণ্য অসমীয়াগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ ৰাজ্য চৰকাৰৰ উদ্যোগত ডিব্ৰুগড়ত আয়োজিত লাচিত দিৱসৰ কাৰ্যসূচীত সদৌটিৰে অংশগ্ৰহণ মুখ্যমন্ত্ৰীয়ে আন্তৰিকতাৰে কামনা কৰিছে…