? পশ্চিম বৰাগাঁৱত পশ্চিম বৰাগাঁৱত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

0

আজি পশ্চিম বৰাগাঁৱত নিৰ্মীয়মাণ শ্বহীদ স্মাৰক উদ্যান ক্ষেত্ৰৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদেশ্যে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়…

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ মহান শ্বহীদসকলৰ স্মৃতিত এই স্মাৰক নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ কাম হাতত লৈছিল…

মুখ্যমন্ত্ৰী এ ব্যক্ত কৰে— প্ৰকল্পটোৰ প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। প্ৰথম পৰ্যায়ত ১০০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে। পৰৱৰ্তী পৰ্যায়ত এই প্ৰকল্পস্থলীত লাইট এণ্ড ছাউণ্ড শ্ব’ আৰু এটা প্ৰেক্ষাগৃহ সংযোজনৰ ব্যৱস্থা কৰা হ’ব। এই শ্বহীদ স্মাৰকত অসম আন্দোলনৰ আটাইকেইগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি থকাৰ লগতে বিভিন্ন সুবিধা উপলব্ধ থাকিব”…

Leave A Reply

Your email address will not be published.