অযুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ…
গোচৰ ৰুজুৰ নিৰ্দেশ নলবাৰী জিলা আদালতৰ…
বিলম্বিত ACS অৰ্পণা শৰ্মাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজুৰ নিৰ্দেশ…

লোকসভা নিৰ্বাচনৰ প্ৰকক্ষনত বৰ্ণালী ডেকা আৰু অৰ্পণা শৰ্মাৰ হৈছিল সংঘাত…
৭ মে নিশা ষ্টং ৰুমত দুয়োৰে মাজত হৈছিল সংঘাত…
৮ মে’ত ACS অৰ্পণা শৰ্মাই নলবাৰী থানত দিছিল এজাহাৰ…