? মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান”ৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ…

0

“মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান”ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক ভাৱে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ই শুভাৰম্ভ কৰে…

প্ৰথম পৰ্যায়ত ২৫,০০০ শিক্ষিত যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ পাছত পুনৰবাৰ মুখ্যমন্ত্ৰী এ এই দূৰদৰ্শী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা বিভিন্ন খণ্ডত প্ৰায় ৭৫,০০০ গৰাকী যুৱক-যুৱতীক সৰ্বমুঠ ২ লাখৰ পৰা ৫ লাখলৈকে প্ৰদান কৰিব…

Leave A Reply

Your email address will not be published.