১ বছৰ সম্পূর্ণ কৰা আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা হৈছে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ…

এই আঁচনিৰ অধীনত অসমৰ চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ তথা তেওঁলোকৰ নিৰ্ভৰশীলসকলক চিকিৎসা পৰিশোধ প্ৰদান কৰাত এয়া হৈছে সফলতাৰ এক বছৰ…
১.৮৯ লাখ পঞ্জীয়ন আৰু ৩.১৫ কোটি টকা পৰিশোধৰ সৈতে আঁচনিখনে গুৰুত্বপূৰ্ণ চিকিৎসাৰ বাবে আগতীয়া পৰিশোধ ব্যৱস্থাৰ লগতে সময়ৰ প্রয়োজনীয়তা সাপেক্ষে চিকিৎসা সাহায্য আগবঢ়োৱা অব্যাহত ৰাখিছে…