? পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰ শপতগ্ৰহণ অনুষ্ঠানত…

0

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে…

উল্লেখ্য যে মেক্সিকোৰ স্বৰাজোত্তৰ বিগত দুশ বছৰত ৰাষ্ট্ৰপতি পদত অধীস্থিত হোৱা শ্ৰীমতী ক্লাউডিয়াই প্ৰথমগৰাকী মহিলা নেত্ৰী…

Leave A Reply

Your email address will not be published.