গুৱাহাটীত অনুষ্ঠিত প্ৰথম নৰ্থ ইষ্ট পেৰা স্প’ৰ্টছ মীট ২০২৪ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই অংশগ্ৰহণ কৰি দিব্যাংগ ক্ৰীড়াবিদসকলৰ মানসিক শক্তি, স্থিতিশীলতা আৰু সংকল্পৰ প্রতি কৃতজ্ঞতা প্ৰকাশ কৰে…

মুখ্যমন্ত্ৰী এ এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো দিব্যাংগ ক্ৰীড়াবিদক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ তেখেতে উল্লেখ কৰে যে এনেধৰণৰ অনুষ্ঠানসমূহে দিব্যাংগ ক্ৰীড়াবিদসকলৰ প্ৰতিভা বিকাশ আৰু মনোবল বৃদ্ধিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুখ্যমন্ত্ৰী এ অনুষ্ঠানৰ সফল আয়োজনৰ বাবে আয়োজকসকলৰ প্ৰশংসা কৰে….