? মুখপত্ৰ “জ্যোতি-প্ৰৱাহ” উন্মোচন…

0

যোৱা ২৫/১১/২০২৪ তাৰিখে ডায়েট,নগাঁও,চামগুৰিত অনুষ্ঠিত হৈ যায়,ডায়েট নগাঁও,চামগুৰিৰ বাৰ্ষিক মুখপত্ৰ “জ্যোতি-প্ৰৱাহ”…

মুখপত্ৰ খন উন্মোচন কৰে অসমৰ বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে। সভাত সভাপতিত্ব কৰে ডায়েট,নগাঁৱৰ অধ্যক্ষ ডেইজী গগৈয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় নগাঁৱৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিনীতা পাঠক…

লগতে বিশেষ অতিথি ৰূপে উপস্থিত থাকে ডায়েট নগাঁৱৰ প্ৰাক্তন অধ্যক্ষ ড: ৰীতা দেৱী। উল্লেখ্য যে জ্যোতি-প্ৰৱাহৰ এই সংখ্যাটি সম্পাদনা কৰিছে প্ৰতিষ্ঠানটিৰ প্ৰৱক্তা প্ৰশান্ত শৰ্মাই। সহ-সম্পাদক হিচাপে আছিল প্ৰৱক্তা মনচুমী বৰা আৰু গ্ৰন্থাগাৰিক অভিজিত ঠাকুৰীয়া…

জ্যোতি-প্ৰৱাহৰ এই সংখ্যাটিত আছে অসমৰ কেইবাগৰাকীও চিন্তাশীল লেখকৰ প্ৰৱন্ধ। লগতে, ডায়েটৰ শৈক্ষিক বিষয়া আৰু প্ৰশিক্ষাৰ্থী সকলৰ বিভিন্ন বিষয়ক লেখা…

Leave A Reply

Your email address will not be published.